ছূৰা 16 · জুজ 14

An-Nahl · 16:29

فَادْخُلُوا أَبْوَابَ جَهَنَّمَ خَالِدِينَ فِيهَا ۖ فَلَبِئْسَ مَثْوَى الْمُتَكَبِّرِينَ

এতেকে তোমালোকে জাহান্নামৰ দুৱাৰসমূহৰে তাত স্থায়ী হৈ প্ৰৱেশ কৰা। এতেকে চোৱা, অহংকাৰীসকলৰ আবাসস্থল কিমান নিকৃষ্ট!

তাফছীৰ

আৰু সিহঁতক কোৱা হ'ব, তোমালোকে নিজ কৰ্মৰ প্ৰতিফলস্বৰূপে জাহান্নামৰ দুৱাৰেৰে প্ৰৱেশ কৰা। তাতেই তোমালোক চিৰকাল থাকিব লাগিব। এতেকে আল্লাহৰ ওপৰত ঈমান আৰু তেওঁৰ ইবাদতত অহংকাৰকাৰী সকলৰ ঠিকনা কিমান যে নিকৃষ্ট।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক