ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:29
الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ طُوبَىٰ لَهُمْ وَحُسْنُ مَآبٍ
‘যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰে, তেওঁলোকৰ বাবেই আছে পৰম আনন্দ আৰু সুন্দৰ প্ৰত্যাৱৰ্তনস্থল’।
তাফছীৰ
এই যে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তথা এনেকুৱা নেক আমল কৰিছে যাৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভ হয়, আখিৰাতত তেওঁলোকৰ বাবে আছে পৱিত্ৰ জীৱন। লগতে তেওঁলোকৰ বাবে আছে উত্তম পৰিণাম অৰ্থাৎ জান্নাত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক