ছূৰা 13 · জুজ 13
Ar-Ra'd · 13:12
هُوَ الَّذِي يُرِيكُمُ الْبَرْقَ خَوْفًا وَطَمَعًا وَيُنْشِئُ السَّحَابَ الثِّقَالَ
তেৱেঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায়। তেৱেঁই গধূৰ মেঘ সৃষ্টি কৰে;
তাফছীৰ
হে মানৱজাতি! তেৱেঁই তোমালোকক বজ্ৰপাত দেখুৱায়। আৰু তেৱেঁই তোমালোকৰ অন্তৰত বজ্ৰপাতৰ ভয় আৰু বৰষুণৰ লোভ একেলগে সৃষ্টি কৰে। তেৱেঁই তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণৰ পানী ভৰা প্ৰকাণ্ড প্ৰকাণ্ড মেঘ সৃষ্টি কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক