ছূৰা 11 · জুজ 12
Hud · 11:96
وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِآيَاتِنَا وَسُلْطَانٍ مُبِينٍ
আৰু অৱশ্যে আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলো।
তাফছীৰ
নিশ্চয় আমি মুছাক তাওহীদ প্ৰমাণ কৰিবলৈ তথা তেওঁৰ চৰীয়তৰ সত্যতা সাব্যস্ত কৰিবলৈ বহুতো স্পষ্ট প্ৰমাণ তথা প্ৰকাশ্য যুক্তিৰে প্ৰেৰণ কৰিছিলো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক