ছূৰা 11 · জুজ 12

Hud · 11:82

فَلَمَّا جَاءَ أَمْرُنَا جَعَلْنَا عَالِيَهَا سَافِلَهَا وَأَمْطَرْنَا عَلَيْهَا حِجَارَةً مِنْ سِجِّيلٍ مَنْضُودٍ

এতেকে যেতিয়া আমাৰ আদেশ আহিল তেতিয়া আমি জনপদক তল-ওপৰ কৰি দিলো আৰু সিহঁতৰ ওপৰত ক্ৰমাগত বৰ্ষণ কৰিলো পকা মাটিৰ শীল,

তাফছীৰ

তাৰ পিছত যেতিয়া লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাবে আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি সিহঁতৰ গাওঁবোৰক তল-ওপৰ কৰি বিনষ্ট কৰিলো, লগতে সিহঁতৰ ওপৰত ক্ৰমাগতভাৱে ধাৰাসাৰ পকা মাটিৰ শীল বৰ্ষণ কৰিলো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক