ছূৰা 11 · জুজ 12

Hud · 11:75

إِنَّ إِبْرَاهِيمَ لَحَلِيمٌ أَوَّاهٌ مُنِيبٌ

নিশ্চয় ইব্ৰাহীম অত্যন্ত সহনশীল, কোমল হৃদয়, সদায় আল্লাহ অভিমুখী আছিল।

তাফছীৰ

নিশ্চয় ইব্ৰাহীম আছিল অতি সহনশীল, সেই কাৰণেই তেওঁ শাস্তি বিলম্ব কৰোৱাব বিচাৰিছিল। তেওঁ আছিল নিজ প্ৰতিপালকৰ প্ৰতি অত্যন্ত বিনয়ী। অধিক প্ৰাৰ্থনাকাৰী আৰু তেওঁৰ পিনে প্ৰত্যাৱৰ্তনকাৰী।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক