ছূৰা 11 · জুজ 12

Hud · 11:71

وَامْرَأَتُهُ قَائِمَةٌ فَضَحِكَتْ فَبَشَّرْنَاهَا بِإِسْحَاقَ وَمِنْ وَرَاءِ إِسْحَاقَ يَعْقُوبَ

আৰু তেওঁৰ স্ত্ৰী থিয় হৈ আছিল, ফলত তেওঁ হাঁহি উঠিল। তাৰ পিছত আমি তেওঁক ইছহাক্বৰ আৰু ইছহাক্বৰ পৰবৰ্তী ইয়াকূবৰ সুসংবাদ দিলো।

তাফছীৰ

ইব্ৰাহীমৰ স্ত্ৰী ছাৰা থিয় হৈ আছিল, আমি তেওঁক এই শুভসংবাদ দিলো যে, তেওঁ ইছহাকক জন্ম দিব আৰু ইছহাকৰ পুত্ৰ হব ইয়াকূব। এই শুনি তেওঁ হাঁহিলে আৰু আনন্দত উৎফুল্লিত হৈ উঠিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক