ছূৰা 11 · জুজ 12

Hud · 11:64

وَيَا قَوْمِ هَٰذِهِ نَاقَةُ اللَّهِ لَكُمْ آيَةً فَذَرُوهَا تَأْكُلْ فِي أَرْضِ اللَّهِ وَلَا تَمَسُّوهَا بِسُوءٍ فَيَأْخُذَكُمْ عَذَابٌ قَرِيبٌ

‘হে মোৰ সম্প্ৰদায়! এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে ইয়াক আল্লাহৰ ভূমিত চৰি খাব দিয়া। ইয়াক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা আশু শাস্তিয়ে তোমালোকক আক্ৰান্ত কৰিব’।

তাফছীৰ

হে মোৰ সম্প্ৰদায়! এইজনী আল্লাহৰ ফালৰ পৰা অহা উঁট। তোমালোকৰ বাবে মোৰ সত্যতাৰ প্ৰমাণ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰিবলৈ দিয়া আৰু ইয়াক অতিষ্ঠ নকৰিবা। অন্যথা ইয়াক হত্যা কৰাৰ লগে লগে তোমালোকক শাস্তিয়ে আগুৰি ধৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক