ছূৰা 11 · জুজ 12
Hud · 11:22
لَا جَرَمَ أَنَّهُمْ فِي الْآخِرَةِ هُمُ الْأَخْسَرُونَ
নিসন্দেহে সিহঁতেই আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত।
তাফছীৰ
ক্বিয়ামতৰ দিনা এইসকল লোকেই ভীষণ ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ'ব। কিয়নো সিহঁতে ঈমানৰ পৰিবৰ্তে কুফৰ আৰু আখিৰাতৰ পৰিবৰ্তে পাৰ্থিৱ জীৱন, লগতে দয়াৰ পৰিবৰ্তে শাস্তিক অগ্ৰাধিকাৰ দিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক