ছূৰা 11 · জুজ 12

Hud · 11:21

أُولَٰئِكَ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ وَضَلَّ عَنْهُمْ مَا كَانُوا يَفْتَرُونَ

ইহঁত নিজৰেই ক্ষতি কৰিলে আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেয়া সিহঁতৰ পৰা হেৰাই গ’ল।

তাফছীৰ

এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি নিজকে ধ্বংসৰ পথত অৱতীৰ্ণ কৰিছে আৰু নিজৰেই ক্ষতি সাধন কৰিছে। কিন্তু সিহঁতে বনাই লোৱা মধ্যস্ততাকাৰী আৰু অংশীসকল সিহঁতৰ পৰাই পলায়ন কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক