ছূৰা 11 · জুজ 12
Hud · 11:121
وَقُلْ لِلَّذِينَ لَا يُؤْمِنُونَ اعْمَلُوا عَلَىٰ مَكَانَتِكُمْ إِنَّا عَامِلُونَ
আৰু যিসকলে ঈমান পোষণ নকৰে সিহঁতক কোৱা, ‘তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি থাকা, আমিও কাম কৰি আছো’।
তাফছীৰ
হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে আৰু তেওঁৰ তাওহীদকো বিশ্বাস নকৰে; কওঁক যে, তোমালোকে সত্যৰ পৰা বিৰত ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা আৰু প্ৰতিৰোধ কৰা। ইপিনে আমি আমাৰ পথত দৃঢ়তাৰে কাম কৰিম আৰু মানুহক আহ্বান কৰিম আৰু এই ক্ষেত্ৰত ধৈৰ্য ধাৰণ কৰিম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক