ছূৰা 106 · জুজ 30
Quraysh · 106:4
الَّذِي أَطْعَمَهُمْ مِنْ جُوعٍ وَآمَنَهُمْ مِنْ خَوْفٍ
যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিছে।
তাফছীৰ
যিয়ে সিহঁতক ভোকৰ সময়ত খাদ্য খোওৱাইছে আৰু ভয়ৰ পৰা নিৰাপত্তা প্ৰদান কৰিছে। কিয়নো তেওঁ আৰববাসীৰ অন্তৰত কাবা ঘৰ আৰু তাৰ ওচৰে- পাজৰে থকা সকলক সন্মানিত কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক