ছূৰা 106 · জুজ 30
Quraysh · 106:3
فَلْيَعْبُدُوا رَبَّ هَٰذَا الْبَيْتِ
এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে।
তাফছীৰ
সিহঁতে কেৱল সন্মানিত ঘৰৰ প্ৰতিপালক আল্লাহৰ ইবাদত কৰা উচিত। যিয়ে সিহঁতৰ বাবে এই ভ্ৰমণ দুটাক অতি সহজ কৰি দিছে, সিহঁতে তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন কৰিব নালাগে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক