112:1 · Al-Ikhlasজুজ 30 · পৃ. 604قُلْ هُوَ اللَّهُ أَحَدٌ1কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়,তাফছীৰঅধ্যয়নবুকমাৰ্ক
112:2জুজ 30 · পৃ. 604اللَّهُ الصَّمَدُ2আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)তাফছীৰঅধ্যয়নবুকমাৰ্ক
112:3জুজ 30 · পৃ. 604لَمْ يَلِدْ وَلَمْ يُولَدْ3তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই,তাফছীৰঅধ্যয়নবুকমাৰ্ক
112:4জুজ 30 · পৃ. 604وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ4আৰু তেওঁৰ সমতুল্য কোনো নাই’।তাফছীৰঅধ্যয়নবুকমাৰ্ক