ছূৰা 112 · জুজ 30
Al-Ikhlas · 112:2
اللَّهُ الصَّمَدُ
আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)
তাফছীৰ
আল্লাহ হৈছে উচ্চ সত্ত্বা, পৰিপূৰ্ণ আৰু সৌন্দৰ্যৰ বিশেষণতাৰে বিশেষিত। যাৰ আগত সকলো সৃষ্টিয়ে নিজ নিজ প্ৰয়োজনবোৰ উত্থাপন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক