Al-Fil

سورة الفيل

ছূৰা 105 · মক্কী · 5 আয়াত

105:1জুজ 30 · পৃ. 601

أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِأَصْحَابِ الْفِيلِ1

তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কি কৰিছিল?
105:2জুজ 30 · পৃ. 601

أَلَمْ يَجْعَلْ كَيْدَهُمْ فِي تَضْلِيلٍ2

তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰ ব্যৰ্থতাত পৰ্যবসিত কৰা নাইনে?
105:3জুজ 30 · পৃ. 601

وَأَرْسَلَ عَلَيْهِمْ طَيْرًا أَبَابِيلَ3

আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে?
105:4জুজ 30 · পৃ. 601

تَرْمِيهِمْ بِحِجَارَةٍ مِنْ سِجِّيلٍ4

যিসকলে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল
105:5জুজ 30 · পৃ. 601

فَجَعَلَهُمْ كَعَصْفٍ مَأْكُولٍ5

ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক

Abdullah Basfar - Al-Fil · Tlawati