ছূৰা 105 · জুজ 30

Al-Fil · 105:2

أَلَمْ يَجْعَلْ كَيْدَهُمْ فِي تَضْلِيلٍ

তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰ ব্যৰ্থতাত পৰ্যবসিত কৰা নাইনে?

তাফছীৰ

আল্লাহ তাআলাই সিহঁতৰ কাবা ধ্বংস কৰাৰ চক্ৰান্ত বিফল কৰি দিছিল। ফলত সিহঁতে মানুহক কাবাৰ পৰা বিমুখ কৰাৰ যি সংকল্প লৈছিল, তাত সিহঁতে সফলতা পোৱা নাছিল আৰু নিৰাশ হৈ উভতিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক