الأسامية

سورة النساء · 4:98

إِلَّا الْمُسْتَضْعَفِينَ مِنَ الرِّجَالِ وَالنِّسَاءِ وَالْوِلْدَانِ لَا يَسْتَطِيعُونَ حِيلَةً وَلَا يَهْتَدُونَ سَبِيلًا

কিন্তু যিসকল অসহায় পুৰুষ, নাৰী আৰু শিশু কোনো উপায় অৱলম্বন কৰিব পৰা নাই আৰু কোনো পথো পোৱা নাই।