الأسامية
سورة النساء · 4:45
وَاللَّهُ أَعْلَمُ بِأَعْدَائِكُمْ ۚ وَكَفَىٰ بِاللَّهِ وَلِيًّا وَكَفَىٰ بِاللَّهِ نَصِيرًا
আল্লাহে তোমালোকৰ শত্ৰুসকলক ভালদৰে চিনি পায়; আৰু অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট লগতে সহায়কাৰী হিচাপেও আল্লাহেই যথেষ্ট।
سورة النساء · 4:45
وَاللَّهُ أَعْلَمُ بِأَعْدَائِكُمْ ۚ وَكَفَىٰ بِاللَّهِ وَلِيًّا وَكَفَىٰ بِاللَّهِ نَصِيرًا