الأسامية

سورة آل عمران · 3:27

تُولِجُ اللَّيْلَ فِي النَّهَارِ وَتُولِجُ النَّهَارَ فِي اللَّيْلِ ۖ وَتُخْرِجُ الْحَيَّ مِنَ الْمَيِّتِ وَتُخْرِجُ الْمَيِّتَ مِنَ الْحَيِّ ۖ وَتَرْزُقُ مَنْ تَشَاءُ بِغَيْرِ حِسَابٍ

তুমি ৰাতিক দিনৰ মাজত আৰু দিনক ৰাতিৰ মাজত প্ৰবিষ্ট কৰোৱা; তুমি মৃতৰ পৰা জীৱন্তৰ আবিৰ্ভাৱ ঘটোৱা আকৌ জীৱন্তৰ পৰা মৃতৰ আবিৰ্ভাৱ ঘটোৱা; আৰু তুমি যাক ইচ্ছা অপৰিমিত জীৱিকা প্ৰদান কৰা।