Assamese

Al-Hashr · 59:16

كَمَثَلِ الشَّيْطَانِ إِذْ قَالَ لِلْإِنْسَانِ اكْفُرْ فَلَمَّا كَفَرَ قَالَ إِنِّي بَرِيءٌ مِنْكَ إِنِّي أَخَافُ اللَّهَ رَبَّ الْعَالَمِينَ

ইহঁতে চয়তানৰ দৰে, সি মানুহক কয়, ‘কুফৰী কৰা’; তাৰ পিছত যেতিয়া সি কুফৰী কৰে তেতিয়া সি কয়, ‘তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহক ভয় কৰো’।

ตัฟซีรในภาษาของคุณ

ตัฟซีรภาษาอาหรับ

คำแปล

ฟัง