Assamese

Ali 'Imran · 3:84

قُلْ آمَنَّا بِاللَّهِ وَمَا أُنْزِلَ عَلَيْنَا وَمَا أُنْزِلَ عَلَىٰ إِبْرَاهِيمَ وَإِسْمَاعِيلَ وَإِسْحَاقَ وَيَعْقُوبَ وَالْأَسْبَاطِ وَمَا أُوتِيَ مُوسَىٰ وَعِيسَىٰ وَالنَّبِيُّونَ مِنْ رَبِّهِمْ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْهُمْ وَنَحْنُ لَهُ مُسْلِمُونَ

কোৱা, ‘আমি আল্লাহৰ ওপৰত আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বুব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি যি অৱতীৰ্ণ হৈছিল আৰু যি মুছা, ঈছা আৰু আন আন নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল তাৰ ওপৰত ঈমান আনিছো; আমি তেওঁলোকৰ কাৰো মাজত কোনো পাৰ্থক্য নকৰো; আৰু আমি তেওঁৰ ওচৰতেই আত্মসমৰ্পণকাৰী।

Тафсир бо забони шумо

Тафсирҳо бо арабӣ

Тарҷума

Гӯш кардан