Assamese

An-Nisa · 4:157

وَقَوْلِهِمْ إِنَّا قَتَلْنَا الْمَسِيحَ عِيسَى ابْنَ مَرْيَمَ رَسُولَ اللَّهِ وَمَا قَتَلُوهُ وَمَا صَلَبُوهُ وَلَٰكِنْ شُبِّهَ لَهُمْ ۚ وَإِنَّ الَّذِينَ اخْتَلَفُوا فِيهِ لَفِي شَكٍّ مِنْهُ ۚ مَا لَهُمْ بِهِ مِنْ عِلْمٍ إِلَّا اتِّبَاعَ الظَّنِّ ۚ وَمَا قَتَلُوهُ يَقِينًا

আৰু সিহঁতৰ এই উক্তিৰ কাৰণে যে, আমি আল্লাহৰ ৰাছুল মাৰইয়ামৰ পুত্ৰ ঈছাক হত্যা কৰিছো। অথচ সিহঁতে তেওঁক হত্যা কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাছিল; বৰং সিহঁতৰ বাবে (এজন লোকক) তেওঁৰ সদৃশ কৰা হৈছিল। নিশ্চয় যিসকলে তেওঁৰ বিষয়ে মতভেদ কৰিছিল, সিহঁত অৱশ্যে এই বিষয়ে সংশয়যুক্ত আছিল; এই বিষয়ে অনুমানৰ বাহিৰে সিহঁতৰ কোনো জ্ঞানেই নাই। এইটো নিশ্চিত যে সিহঁতে তেওঁক হত্যা কৰা নাই।

మీ భాషలో తఫ్సీర్

అరబిక్ తఫ్సీర్లు

అనువాదం

వినండి