الأسامية
سورة النساء · 4:148
۞ لَا يُحِبُّ اللَّهُ الْجَهْرَ بِالسُّوءِ مِنَ الْقَوْلِ إِلَّا مَنْ ظُلِمَ ۚ وَكَانَ اللَّهُ سَمِيعًا عَلِيمًا
বেয়া কথাৰ প্ৰচাৰ আল্লাহে পছন্দ নকৰে, কিন্তু যাৰ ওপৰত যুলুম কৰা হৈছে তাৰ বিষয়টো সুকীয়া; আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞানী।