Assamese

An-Nisa · 4:42

يَوْمَئِذٍ يَوَدُّ الَّذِينَ كَفَرُوا وَعَصَوُا الرَّسُولَ لَوْ تُسَوَّىٰ بِهِمُ الْأَرْضُ وَلَا يَكْتُمُونَ اللَّهَ حَدِيثًا

যিসকলে কুফৰী কৰিছে আৰু ৰাছুলৰ অবাধ্য হৈছে সিহঁতে সেইদিনা কামনা কৰিব, সিহঁতে যদি মাটিৰ লগত মিহলি সমান হৈ গ’লেহেঁতেন! আৰু সিহঁতে আল্লাহৰ পৰা কোনো কথাই গোপন কৰিব নোৱাৰিব।

Тефсир на вашем језику

Тефсири на арапском

Превод

Слушај