Assamese

Ali 'Imran · 3:183

الَّذِينَ قَالُوا إِنَّ اللَّهَ عَهِدَ إِلَيْنَا أَلَّا نُؤْمِنَ لِرَسُولٍ حَتَّىٰ يَأْتِيَنَا بِقُرْبَانٍ تَأْكُلُهُ النَّارُ ۗ قُلْ قَدْ جَاءَكُمْ رُسُلٌ مِنْ قَبْلِي بِالْبَيِّنَاتِ وَبِالَّذِي قُلْتُمْ فَلِمَ قَتَلْتُمُوهُمْ إِنْ كُنْتُمْ صَادِقِينَ

যিসকলে কয়, ‘নিশ্চয় আল্লাহে আমাক অঙ্গীকাৰ দিছিল যে, আমি যাতে কোনো ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰো, যেতিয়া লৈকে তেওঁ আমাৰ ওচৰত এনেকুৱা কোৰবানী উপস্থিত নকৰিব যিটোক অগ্নি শিখাই খাই পেলাব’। সিহঁতক কোৱা, ‘মোৰ আগত বহুতো ৰাছুল স্পষ্ট নিদৰ্শনসহ আৰু তোমালোকে যি কৈ আছা সেইটোসহ তোমালোকৰ ওচৰত আহিছিল, যদি তোমালোকে সত্যবাদী তেন্তে কিয় তেওঁলোকক হত্যা কৰিছিলা’।

Тафсир на вашем языке

Тафсиры на арабском

Перевод

Слушать