الأسامية

سورة الأنعام · 6:24

انْظُرْ كَيْفَ كَذَبُوا عَلَىٰ أَنْفُسِهِمْ ۚ وَضَلَّ عَنْهُمْ مَا كَانُوا يَفْتَرُونَ

চোৱা, কেনেকৈ সিহঁতে নিজৰ ওপৰতে মিছা কৈ আছে আৰু যি মিছা সিহঁতে ৰচনা কৰিছিল সেয়া কেনেকৈ সিহঁতৰ পৰা হেৰাই গ’ল।