الأسامية

سورة الإسراء · 17:11

وَيَدْعُ الْإِنْسَانُ بِالشَّرِّ دُعَاءَهُ بِالْخَيْرِ ۖ وَكَانَ الْإِنْسَانُ عَجُولًا

আৰু মানুহে কল্যাণ কামনাৰ দৰে অকল্যাণ কামনা কৰে; আৰু মানুহ প্ৰকৃতিগত ভাৱেই বৰ বেছি শীঘ্ৰতাপ্ৰিয়।
الأسامية - سورة الإسراء 17:11 · Tlawati