Assamese

An-Nisa · 4:147

مَا يَفْعَلُ اللَّهُ بِعَذَابِكُمْ إِنْ شَكَرْتُمْ وَآمَنْتُمْ ۚ وَكَانَ اللَّهُ شَاكِرًا عَلِيمًا

যদি তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা আৰু ঈমান আনা তেনেহ’লে তোমালোকক শাস্তি প্ৰদান কৰি আল্লাহৰ কি হ’ব? আৰু আল্লাহে (কৃতজ্ঞতাৰ) পুৰষ্কাৰ দানকাৰী, সৰ্বজ্ঞ।

तपाईंको भाषामा तफसीर

अरबी तफसीरहरू

अनुवाद

सुन्नुहोस्