Assamese

Ghafir · 40:57

لَخَلْقُ السَّمَاوَاتِ وَالْأَرْضِ أَكْبَرُ مِنْ خَلْقِ النَّاسِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ

অৱশ্যে আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, মানৱ সৃষ্টিতকৈয়ো ডাঙৰ বিষয়, কিন্তু অধিকাংশ মানুহে সেয়া নাজানে।