Assamese
Ali 'Imran · 3:200
يَا أَيُّهَا الَّذِينَ آمَنُوا اصْبِرُوا وَصَابِرُوا وَرَابِطُوا وَاتَّقُوا اللَّهَ لَعَلَّكُمْ تُفْلِحُونَ
হে মুমিনসকল! তোমালোকে ধৈৰ্য ধাৰণ কৰা, আৰু ধৈৰ্যত প্ৰতিযোগিতা কৰা আৰু সদায় যুদ্ধৰ বাবে প্ৰস্তুত থাকা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ’ব পাৰা।