الأسامية
سورة المجادلة · 58:18
يَوْمَ يَبْعَثُهُمُ اللَّهُ جَمِيعًا فَيَحْلِفُونَ لَهُ كَمَا يَحْلِفُونَ لَكُمْ ۖ وَيَحْسَبُونَ أَنَّهُمْ عَلَىٰ شَيْءٍ ۚ أَلَا إِنَّهُمْ هُمُ الْكَاذِبُونَ
সেইদিনা আল্লাহে সিহঁত সকলোকে পুনৰুত্থিত কৰিব, তেতিয়া সিহঁতে আল্লাহৰ ওচৰত এনেকুৱা শপত কৰিব যেনেকুৱা শপত তোমালোকৰ ওচৰত কৰে আৰু সিহঁতে ভাৱে যে, সিহঁতে ভাল কিবা এটা কৰি আছে। সাৱধান! নিশ্চয় সিহঁতেই প্ৰকৃত মিছলীয়া।