الأسامية
سورة الأحقاف · 46:3
مَا خَلَقْنَا السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا إِلَّا بِالْحَقِّ وَأَجَلٍ مُسَمًّى ۚ وَالَّذِينَ كَفَرُوا عَمَّا أُنْذِرُوا مُعْرِضُونَ
আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত থকা সকলো বস্তু আমি যথাযথ ভাৱে আৰু নিৰ্দিষ্ট সময়ৰ বাবে সৃষ্টি কৰিছো; আৰু যিসকলে কুফৰী কৰিছে, সিহঁতক যি বিষয়ে ভীতি প্ৰদৰ্শন কৰা হৈছে তাৰ পৰা সিহঁতে বিমুখ হৈ আছে।