الأسامية
سورة الأحزاب · 33:34
وَاذْكُرْنَ مَا يُتْلَىٰ فِي بُيُوتِكُنَّ مِنْ آيَاتِ اللَّهِ وَالْحِكْمَةِ ۚ إِنَّ اللَّهَ كَانَ لَطِيفًا خَبِيرًا
আল্লাহৰ আয়াত আৰু হিকমতৰ পৰা যি তোমালোকৰ ঘৰত পাঠ কৰা হয়, সেয়া তোমালোকে স্মৰণ ৰাখিবা। নিশ্চয় আল্লাহ অতি সূক্ষ্মদৰ্শী, সম্যক অৱহিত।