ছূৰা 9 · জুজ 10
At-Tawbah · 9:82
فَلْيَضْحَكُوا قَلِيلًا وَلْيَبْكُوا كَثِيرًا جَزَاءً بِمَا كَانُوا يَكْسِبُونَ
সিহঁতে যি অৰ্জন কৰিছে তাৰ প্ৰতিফল হিচাপে সিহঁতে কমকৈ হঁহা আৰু বেছিকৈ কান্দা উচিত।
তাফছীৰ
জিহাদত অংশগ্ৰহণ নকৰা মুনাফিকসকলে ধ্বংসশীল এই পাৰ্থিৱ জীৱনত কম আনন্দ হোৱা উচিত, আনহাতে আখিৰাতৰ চিৰস্থায়ী জীৱনকলৈ অধিক চিন্তা কৰা উচিত। এয়া হৈছে সিহঁতে পাৰ্থিৱ জীৱনত কৰা কুফৰ, গুনাহ আৰু অৱজ্ঞাৰ প্ৰতিফল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক