ছূৰা 9 · জুজ 10

At-Tawbah · 9:75

۞ وَمِنْهُمْ مَنْ عَاهَدَ اللَّهَ لَئِنْ آتَانَا مِنْ فَضْلِهِ لَنَصَّدَّقَنَّ وَلَنَكُونَنَّ مِنَ الصَّالِحِينَ

আৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অঙ্গীকাৰ কৰিছিল যে, ‘আল্লাহে নিজ কৃপাত আমাক দান কৰিলে আমি নিশ্চয় ছাদাক্বা কৰিম আৰু অৱশ্যে সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হম’।

তাফছীৰ

মুনাফিকসকলৰ কিছুমানে আল্লাহৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হৈছে যে, যদি আল্লাহে নিজৰ কৃপাত আমাক সম্পদ প্ৰদান কৰে, তেন্তে আমি অৱশ্যে সেয়া অভাৱীসকলৰ মাজত বন্টন কৰিম আৰু আমি নেক বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যাম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক