ছূৰা 9 · জুজ 10

At-Tawbah · 9:22

خَالِدِينَ فِيهَا أَبَدًا ۚ إِنَّ اللَّهَ عِنْدَهُ أَجْرٌ عَظِيمٌ

তাত তেওঁলোক চিৰস্থায়ী হ’ব। নিশ্চয় আল্লাহৰ ওচৰত আছে মহা পুৰষ্কাৰ।

তাফছীৰ

সেই সমূহ জান্নাতত তেওঁলোক পৃথিৱীত কৰা আমলৰ বিনিময়ত চিৰকাল অৱস্থান কৰিব। এতেকে যিয়ে নিৰ্ভেজালভাৱে আল্লাহৰ আদেশসমূহ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুসমূহৰ পৰা বিৰত থাকিব, নিশ্চয় আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক