ছূৰা 67 · জুজ 29

Al-Mulk · 67:7

إِذَا أُلْقُوا فِيهَا سَمِعُوا لَهَا شَهِيقًا وَهِيَ تَفُورُ

যেতিয়া সিহঁতক তাত নিক্ষেপ কৰা হ'ব, তাত সিহঁতে ইয়াৰ বিকট শব্দ শুনিবলৈ পাব। আৰু ই উথলি উঠিব।

তাফছীৰ

যেতিয়া সিহঁতক জাহান্নামত দলিওৱা হ'ব তেতিয়া সিহঁতে অতি বেয়া আৰু কঠোৰ শব্দ শুনিবলৈ পাব আৰু জাহান্নাম প্ৰকাণ্ড পাত্ৰত বা ডেগচিত পানী উথলি থকাৰ দৰে উথলি থাকিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক