ছূৰা 67 · জুজ 29
Al-Mulk · 67:21
أَمَّنْ هَٰذَا الَّذِي يَرْزُقُكُمْ إِنْ أَمْسَكَ رِزْقَهُ ۚ بَلْ لَجُّوا فِي عُتُوٍّ وَنُفُورٍ
কোন আছে এনেকুৱা, যিজনে তোমালোকক জীৱিকা দান কৰিব যদি তেওঁ তেওঁৰ জীৱিকা বন্ধ কৰি দিয়ে? বৰং সিহঁত অবাধ্যতা আৰু বিমুখতাত আবিচল হৈ আছে।
তাফছীৰ
যদি আল্লাহে তেওঁৰ জীৱকা বন্ধ কৰি দিয়ে তেন্তে কোনেও তোমালোকক জীৱিকা প্ৰদান কৰিব নোৱাৰে। বৰঞ্চ প্ৰকৃত কথাটো হৈছে কাফিৰবিলাকে বিদ্বেষ আৰু অহংকাৰত পতিত হৈছে লগতে সত্যৰ পৰা দূৰত অৱস্থান কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক