ছূৰা 67 · জুজ 29

Al-Mulk · Al-Mulk 67:1

تَبَارَكَ الَّذِي بِيَدِهِ الْمُلْكُ وَهُوَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ

বৰকতময় তেওঁ যাৰ হাতত সৰ্বময় কৰ্তৃত্ব; আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান।

তাফছীৰ

সকলো কল্যাণ আৰু বৰকত কেৱল সেই আল্লাহৰ হাতত, যাৰ হাতত সকলো সাম্ৰাজ্য। আৰু তেওঁ সকলো বস্তুৰ ক্ষমতা ৰাখে। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক