ছূৰা 6 · জুজ 7
Al-An'am · 6:49
وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا يَمَسُّهُمُ الْعَذَابُ بِمَا كَانُوا يَفْسُقُونَ
আৰু যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, সিহঁতক শাস্তিয়ে স্পৰ্শ কৰিব, কাৰণ সিহঁত অবাধ্যতা কৰিছিল।
তাফছীৰ
যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱাৰ কাৰণে শাস্তি ভোগ কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক