ছূৰা 6 · জুজ 7
Al-An'am · 6:23
ثُمَّ لَمْ تَكُنْ فِتْنَتُهُمْ إِلَّا أَنْ قَالُوا وَاللَّهِ رَبِّنَا مَا كُنَّا مُشْرِكِينَ
তেতিয়া সিহঁতৰ ওচৰত এই কথাৰ বাহিৰে আন কোনো অজুহাত নাথাকিব, ‘আমাৰ ৰব আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলো’।
তাফছীৰ
এই পৰীক্ষাৰ পিছত সিহঁতে সিহঁতৰ উপাস্যবিলাকক পৰিত্যাগ কৰাৰ বাহিৰে আন কোনো উপায় নাথাকিব, তেতিয়া সিহঁতে মিছাতে ক'বঃ আমাৰ ৰব্ব আল্লাহৰ শপত! আমি তোমাৰ সৈতে শ্বিৰ্ক কৰা নাছিলো বৰং তোমাৰ প্ৰতি ঈমান আনিছিলো। অকল তোমাৰেই ইবাদত কৰিছিলো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক