ছূৰা 6 · জুজ 8

Al-An'am · 6:131

ذَٰلِكَ أَنْ لَمْ يَكُنْ رَبُّكَ مُهْلِكَ الْقُرَىٰ بِظُلْمٍ وَأَهْلُهَا غَافِلُونَ

এইটো এই বাবে যে, অধিবাসীসকল গাফিল থকা অৱস্থাত জনপদসমূহৰ অন্যায় আচৰণৰ কাৰণে সিহঁতক ধ্বংস কৰা তোমাৰ প্ৰতিপালকৰ কাম নহয়।

তাফছীৰ

মানৱ আৰু জিন জাতিৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰি এই কাৰণে প্ৰমাণ সাব্যস্ত কৰা হৈছে যে, কোনো ব্যক্তিক যাতে এই অৱস্থাত শাস্তি দিয়া নহয় যে তাৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰা হোৱা নাছিল আৰু তাৰ ওচৰত দ্বীন পৌঁচা নাছিল। আমি প্ৰত্যেক উম্মতকেই সিহঁতৰ ওচৰত ৰাছুল প্ৰেৰণ কৰাৰ পিছতহে শাস্তি প্ৰদান কৰো।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক