ছূৰা 46 · জুজ 26

Al-Ahqaf · 46:14

أُولَٰئِكَ أَصْحَابُ الْجَنَّةِ خَالِدِينَ فِيهَا جَزَاءً بِمَا كَانُوا يَعْمَلُونَ

তেওঁলোকেই জান্নাতৰ অধিবাসী, তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰষ্কাৰ হিচাপে তাত তেওঁলোক স্থায়ী হ’ব।

তাফছীৰ

এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হ’ব জান্নাতবাসী, তেওঁলোকে তাত চিৰকাল থাকিব। এইটো তেওঁলোকৰ সেইসমূহ সৎকৰ্মৰ প্ৰতিদান যিবোৰ তেওঁলোকে পৃথিৱীত সম্পাদন কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক