ছূৰা 41 · জুজ 24

Fussilat · 41:13

فَإِنْ أَعْرَضُوا فَقُلْ أَنْذَرْتُكُمْ صَاعِقَةً مِثْلَ صَاعِقَةِ عَادٍ وَثَمُودَ

তথাপিও সিহঁতে যদি মুখ ঘূৰাই লয় তেন্তে কোৱা, ‘মই তোমালোকক এটা ধ্বংসাত্মক শাস্তি সম্পৰ্কে সতৰ্ক কৰিছো, আদ আৰু ছামূদৰ শাস্তিৰ দৰে’।

তাফছীৰ

ইয়াৰ পিছতো যদি সিহঁতে আপুনি লৈ অহা চৰীয়তৰ পৰা বিমুখ হৈ যায় তেন্তে হে ৰাছুল আপুনি সিহঁতক কৈ দিয়কঃ নিশ্চয় মই তোমালোকক এনেকুৱা শাস্তিৰ পৰা সতৰ্ক কৰিছোঁ, যেনেকুৱা শাস্তি অৱতীৰ্ণ হৈছিল হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদৰ ওপৰত আৰু ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদৰ ওপৰত, যেতিয়া সিহঁতে নিজ নিজ নবীক অস্বীকাৰ কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক