ছূৰা 40 · জুজ 24

Ghafir · 40:14

فَادْعُوا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ وَلَوْ كَرِهَ الْكَافِرُونَ

এতেকে তোমালোকে কেৱল আল্লাহকেই আহ্বান কৰা তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ। যদিও কাফিৰসকলে অপছন্দ কৰে।

তাফছীৰ

এতেকে হে মুমিনসকল! তোমালোকে নিৰ্ভেজালভাৱে আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ওচৰত দুআ কৰা। তেওঁৰ সৈতে শ্বিৰ্ক নকৰিবা। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰক অথবা ক্ৰোধান্বিত হওক।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক