ছূৰা 4 · জুজ 5

An-Nisa · 4:28

يُرِيدُ اللَّهُ أَنْ يُخَفِّفَ عَنْكُمْ ۚ وَخُلِقَ الْإِنْسَانُ ضَعِيفًا

আল্লাহে তোমালোকৰ পৰা (বোজা) লঘু কৰিব বিচাৰে, কাৰণ মানুহক সৃষ্টি কৰা হৈছে অতি দুৰ্বল।

তাফছীৰ

আল্লাহে তেওঁৰ চৰীয়তক তোমালোকৰ বাবে সহজ কৰিব বিচাৰে। সেয়ে তেওঁ তোমালোকক এনেকুৱা কোনো আদেশ নিদিয়ে যিটো তোমালোকৰ সাধ্যাতীত। কিয়নো তেওঁ জানে যে, মানুহ সৃষ্টি আৰু ব্যৱহাৰৰ ফালৰ পৰা অতি দুৰ্বল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক