ছূৰা 39 · জুজ 24

Az-Zumar · 39:58

أَوْ تَقُولَ حِينَ تَرَى الْعَذَابَ لَوْ أَنَّ لِي كَرَّةً فَأَكُونَ مِنَ الْمُحْسِنِينَ

অথবা শাস্তি দেখিও যাতে কোনোবাই কবলগীয়া নহয়, ‘হায়! যদি মই এবাৰ উভতি যাব পাৰিলোহেঁতেন তেন্তে মই সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন!’

তাফছীৰ

অথবা শাস্তি দেখিও যাতে এইদৰে ক’বলগীয়া নহয় যে, হায়! যদি মই পৃথিৱীলৈ উভতি যাব পাৰিলোঁহেতেন তেন্তে নিশ্চয় আল্লাহৰ ওচৰত তাওবা কৰিলোহেঁতেন। লগতে সেইসকল লোকৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন, যিসকলে সৎকৰ্ম কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক