ছূৰা 30 · জুজ 21

Ar-Rum · 30:5

بِنَصْرِ اللَّهِ ۚ يَنْصُرُ مَنْ يَشَاءُ ۖ وَهُوَ الْعَزِيزُ الرَّحِيمُ

আল্লাহৰ সহায়ত। তেওঁ যাক ইচ্ছা সহায় কৰে আৰু তেৱেঁই প্ৰবলপৰাক্ৰমী, পৰম দয়ালু।

তাফছীৰ

ৰোমানসকলে আল্লাহৰ সহায় লাভ কৰাৰ বাবে মুমিনসকল আনন্দিত হ'ব। কাৰণ সিহঁত হৈছে আহলে কিতাব। আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ বিৰুদ্ধে ইচ্ছা কৰে সহায় কৰে। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক