ছূৰা 30 · জুজ 21

Ar-Rum · 30:12

وَيَوْمَ تَقُومُ السَّاعَةُ يُبْلِسُ الْمُجْرِمُونَ

আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা অপৰাধীবিলাক হতাশ হৈ পৰিব।

তাফছীৰ

যিদিনা কিয়ামত সংঘটিত হ’ব, সেইদিনা অপৰাধীবিলাক আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰিব। তথা সিহঁতৰ আশাৰ বান্ধোন বিচ্ছিন্ন হৈ যাব। কাৰণ সিহঁতে আল্লাহৰ সন্মুখত কুফৰক সত্য বুলি প্ৰমাণ কৰিব নোৱাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক